![]() |
today's horoscope |
মেষঃ- আজি দিনটো আপোনাৰ নিজৰ মনৰ আশা কৰা মতে যোৱাৰ সম্ভাৱনা আছে | আজি আপোনি খৰচৰ ক্ষেত্ৰত সাৱধান আজে-বাজে খৰচৰ পৰা বিৰত থাকক | আজি আপোনাৰ সৈতে প্ৰত্য়েকে আপোনাৰ বন্ধু হোৱাৰ চেষ্টা কৰিব পাৰে | প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ আজি দিনটো মাধ্য়ম | পাৰিৱাৰিক ভাৱে আজি আপোনাৰ দিন শুভ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৭
বৃষভঃ- আপোনাৰ আজি এটা ভাল কাম হোৱাৰ সম্ভাৱনা আছে | আৰ্থিক ভাৱে আজি আপোনাৰ শুভ | প্ৰেমৰ ফালে আজি শুভ আৰু বন্ধুত্ব | আজি আপোনাৰ প্ৰেঅমৰ ক্ষেত্ৰত আজি আপোনাৰ আজি এটা মূৰ অহাৰ সম্ভাৱনা আছে | প্ৰেমত আজি স্বৰ্গীয় অনুভূতি পোৱাৰ সম্ভাৱনা আছে | কোনোবা তৰ্কত সোমোৱাৰ সম্ভাৱনা আছে আজি সাৱধান হওক আজি | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৬
মিথুনঃ- আপোনাৰ আজি ভালকৈ যোৱাৰ সম্ভাৱনা আছে | খৰচৰ ক্ষেত্ৰত অলপ সাৱধান | আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ প্ৰদান কৰিব পাৰে | প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভালে | ৱৈবাহিক জীৱন আপোনাৰ আজি ৱালেই যোৱাৰ সম্ভাৱনা আছে | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৪
কৰ্কটঃ- আপোনি পাৰিলে অলপ বিশ্ৰাম কৰিৱ | আৰ্থিক ভাৱে সতৰ্ক হওক | প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল | বাকি আপোনাৰ আজি দিন শুভ যাব | পাৰিবাৰিক হাৱে আজি আপোনাৰ দিন শুভ যাৱ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৮
সিংহঃ- আজি আপোনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ভাবি লব কাৰন আজি আপোনাৰ এই সিধান্তই আপোনাৰ বিপদ মাতিব পাৰে | আপোনাৰ বাকি আজি ভালেই যাৱ | প্ৰেমৰ কথা কবলৈ গলে আপোনাৰ আজি ভাল | পাৰিৱাৰিক ভাৱে আজি আপোনাৰ জীৱন ভালেই যাৱ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৬
কন্য়াঃ- আপোনাৰ আজি অলপ মানশিক ভাৱে সমস্য়া আহিব পাৰে | প্ৰেম আৰু কোনো কামৰ বাৱেআপোনাৰ এই মানশিক প্ৰভাৱ আহিব পাৰে | আপোনাৰ জীৱন আজি ভালকৈ যাৱ | পাৰিৱাৰিক ভাৱে আপোনাৰ আজি দিন শুভ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৪
তুলাঃ- আপোনাৰ আজি মানসিক শক্তি প্ৰৱল হোৱাৰ সম্ভাৱনা আছে | আপোনাৰ প্ৰেম হোৱাৰ সম্ভাৱনা আছে | আপোনাৰ দিন আজি সামাজিক ভাৱে ভাল কৈ য়াৱ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৭
বৃশ্চিকঃ- অপ্ৰয়োজনীয় কথাত ভাৱি সময় নষ্ট নকৰিব আজি | আৰৰ্থিক ভাৱে আপোনাৰ দিন আজি ভাল নহয় | আপোনাৰ আজি সন্ধ্য়া বন্ধু বান্ধৱীৰ লগত কটোৱাৰ সুবিধা পাৱ | প্ৰেমত আজি ইমান ভাল নহয় | পাৰিৱাৰিক ভাৱে আজি ভাল | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৯
ধনুঃ- অপোনাৰ আজি শুভ হব | আৰ্থিক ভাৱে আপোনাৰ আজি ভাল | বন্ধুৰ সৈতে আজি কটোৱাৰ সুযোগ পাৱ | আপোনাৰ গোটেই দিন আজি আনন্দ্ত পাৰ হব | পাৰিৱাৰিক ভাৱে আজি ভাল | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৬
মকৰঃ- অশাৰ মনোবল বৃদ্ধি হব | ৰূপ সয্য়াত আজি বেচি খৰচ নকৰিব | আপোনাৰ আজিৰ দিন শুভকৈ পাৰ হব | প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ দিন আজি ভালকৈ যাৱ | পাৰিৱাৰিক ভাৱে আজি আপোনাৰ দিন শুভ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৬
কুম্ভঃ- আৰ্থিক ভাৱে আজি আপোনাৰ সাৱধান | কোনোৱে আপোনাৰ প্ৰসংসা কৰিব পাৰে | আপোনাৰ আজিৰ দিন শুভ | পাৰিবাৰিক ভাৱে আপোনাৰ দিন শুভ | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ৩
মীনঃ- আপোনাৰ মানশিক ভাৱে আজি অলপ প্ৰভাৱ পৰিব পাৰে | যিকোনো খাদ্য় খোৱাৰ আগত অলপ সৱধান হওক | আৰ্থিক ভাৱে আজি আপোনাৰ দিন ভাল | আকস্মিক ভাৱে আজি আপোনাৰ প্ৰেম হব পাৰে | সাধাৰন আজি আপোনাৰ ভালেই যাৱ | আপোনাৰ পৰিবাৰে আপোনাৰ দুৰ্বলতাৰ আজি সুযোগ লব পাৰে | আপোনা আজি দিনটোৰ শুভ সংখ্য়াঃ- ১
0 Comments