19th January 2019 Today's Horoscope

horoscope

19th January 2019 Today's Horoscope


মেষঃ- আপোনা আজি ষান্তি হব | কাৰোবাক আকৰ্ষন কৰাৰ কাৰনে আজি বেছি টকা খৰছ নকৰিব | কোনোবা আৰ্থিক সমস্য়াই আজি ঘৰত দেখা দিব পাৰে | কোনোবাই আপোনাৰ প্ৰেমৰ খেলা কৰিব পাৰে | আজি আপোনাৰ অনুভৱ হব পাৰে যে যাক আপোনি কৰ্ম ক্ষেত্ৰত শত্ৰূ বুলি ভাবিছিল তেওয়ে আজি আপোনাৰ শুভাকাংখী হব পাৰে | আপোনাৰ ভাল লগা কামতেই আজি আপোনি সময় কটাৱক | পাৰিৱাৰিক ভাৱে আজি আপোনাৰ দিন বৰ এটা ভাল নহয় | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৬

বৃষভঃ- আপোনাৰ আজি কোনো কাম নাইবা কথাৰ বাবে অশান্তি হোৱাৰ সম্ভাৱনা আছে | আজি আপোনি খং,ৰাগ এইবোৰ নিয়ন্ত্ৰনত ৰাখক কাৰন এইবোৰে আপোনাৰ কোনো কামৰ ওলোটাটোহে কৰাব | আৰ্থিক ভাৱে আজি আপোনাৰ উন্নতি হব পাৰে | পোৰনা বন্ধুৰ সৈতে যোগাযোগ হব পাৰে | প্ৰেমৰ ক্ষেত্ৰত আজি চিন্তা কৰিব লগা একো নাই | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৫

মিথুনঃ- আপোনাৰ কোনো কাম নাইবা কোনো পৰিস্থিতিৰ বাবে চিন্তা হব পাৰে | আপোনি অলপ চিন্তা কমকৈ কৰৰিব পাৰিলে আপোনি আজি দিনটোৰ আপোনাৰ ভাল লগা মানুহ নাইবা কামৰ সৈতে কটাৱক | আৰ্থিক ভাৱেও আজি আপোনাৰ বিশেষ ভাল নহয় | কোনো খন্তেকিয়া ব্য়ক্তিৰ লগত আপোনাৰ কামৰ কথা আজি নাপাতিব | কোৰোবাৰ প্ৰেমত আজি আপোনি সহায় কৰিব | কৰ্মক্ষেত্ৰত আজি আপোনি স্বতন্ত অনুভৱ কৰিব | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৩

কৰ্কটঃ- আপোনাৰ যদি কোনো অভ্য়াস আছে যিটোৰ পৰা আপোনাৰ সময় নষ্ট হয় তেন্তে আপোনি সেই অভ্য়াস আজি ত্য়াগ কৰিব পাৰে তেতিয়া আপোনাৰ আনন্দ অহাৰ সম্ভাৱনা আছে  | আজি কৰা আৰ্থিক বিনিয়োগে আপোনাক আৰ্থিক ভাৱে লাভৱান কৰি তুলিব | পাৰিৱাৰিক দায়িত্ব পালনৰ কাৰনে আপোনাৰ আজি খং উঠিব পাৰে | প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিন ভালে যাৱ | কোনো ভাল খবৰ পোৱাৰ সভাৱনা আছে | পাৰিৱাৰিক ভাৱে ভাল | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৬

সিংহঃ- আপোনাৰ ব্য়ক্তিত্বৰ কাৰনে আজি আপোনাৰ কোনো ভাল ফল পাৱ পাৰে | সৌন্দৰ্য চৰ্চাত আজি টকা বেছি খৰছ নকৰিব আজি | আপোনাৰ পৰিবাৰৰ সৈতে ভাল বোজা বোজিৰ দ্বাৰা ঘৰত সুখ শান্তি আহিব | কৰ্ম ক্ষেত্ৰত আজি আপোনাৰ দিন ভাল | আপোনাৰ অপকাৰ কৰা লোকৰ পৰা আজি আপোনি আতৰি চলক | প্ৰেমত আজি ভাল | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৫

কন্যাঃ- আপোনাৰ আৱেগক আজি নিয়ন্তনত ৰাখিব | কোনো কথা নাইবা কামৰ বাৱে আপোনাৰ আজি ৱিবাদ হোৱাৰ্ব সম্ভাৱনা আছে | আজি কোনো বাহিৰা কামত টকা খৰচৰ পৰা বিৰত থাকক | আপোনাৰ কোনো বন্ধু নাইৱা আত্মিয়এ আপোনাৰ আৱেগিকৰ সুযোগ লব পাৰে | আজি আপোনাৰ ভাল লগা মানুহ জন/জনীৰ লগত এটা মধুৰ সময় কটোৱাৰ সুযোগ পাৱ পাৰে | আজি আপোনাৰ যোগাযোগ বাঢ়িব | আজি আপোনাৰ ৱিবাহিতা জীৱন ভালকৈ পাৰ হব | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৩

তুলাঃ- আজি আপোনাৰ ব্য়ৱসায়িক ভাৱে ভাল | আপোনাৰ মনোৱল আজি সবল কৰি ৰাখিৱ কাৰন আজি আপোনি কোনো সমস্য়াত পৰাৰ সম্ভাৱনা আছে | আজি আকস্মিক ভাৱে টকাৰ আগমন হব পাৰে আৰু খৰছো হব পাৰে | কৰ্ম ক্ষেত্ৰত আজি অধিক পৰিশ্ৰম কৰক | আজি কোনো বিতৰ্ক মূলক কামৰ পৰা বিৰত থাকক | দায়িত্ব বৃদ্ধি হব পাৰে | আজি কৰা কোনো কামৰ বাবে আপোনাৰ পৰিচয় বৃদ্ধি হব পাৰে | পাৰিৱাৰিক  ভাৱে আপোনাৰ দিন আজি ভালে যোৱাৰ সম্ভাৱনা কম আছে | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ-  ৫

বৃশ্চিকঃ- স্বাস্থ্য়ৰ সমস্য়াৰ কাৰনে আজি আপোনাৰ কোনো কাম কৰাত ব্য়ৰ্থ হব পাৰে | আৰ্থিক ভাৱে আজি দিন ভাল | প্ৰেমৰ ক্ষেত্ৰত আজি ইমান ভাল নহয় | আজি আপোনাক কোনো মানুহে আপোনাৰ পথ প্ৰদৰ্ষন কাৰাব | পাৰিৱাৰিক ভাৱে আপোনাৰ দিন ভাল | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ-  ৭

ধনুঃ- আজি আপোনি সকাহ অনুভৱ কৰিৱ | আৰ্থিক ভাৱে আজি কোনো উচ্চ চিন্তা কৰক ভাল পাৱ | পাৰিৱাৰিক ভাৱে আজি আপোনাৰ দিন ভাল | যদি আজি কোনো কামৰ দ্বায়িত্ব লম বুলি ভাবিছেতেন্তে সেই কামটোৰ সকলোবোৰ কথা আকৌ এবাৰ পৰ্যবেক্ষন কৰি লব | আপোনাৰ প্ৰতিযোগিতামূলক স্বভাৱৰ বাবে আজি কোনো জয় লাভ কৰিব পাৰে | প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ দিন ভালে যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৪

মকৰঃ- কোনো নতুন যোগাযোগ হোৱাৰ সম্ভাৱনা হোৱাৰ সম্ভাৱনা আছে |আপোনাৰ ভদ্ৰ স্বভাৱ আজি প্ৰসংশনিয় হব | আৰ্থিক ভাৱে আজি অলপ সাৱধান হওক | আপোনাৰ বন্ধু নাইবা কোনো সৰ্ম্পকীয় মানুহৰ বাৱে আজি আনন্দ লাভ কৰিব পাৰে | প্ৰেমত আপোনালোকৰ অগৰ দৰেই পাৰ হব | কৰ্ম ক্ষেত্ৰতো আজি ভাল | আপোনাৰ দিন ভালে যাৱ আজি | আজি আপোনাৰ পাৰিৱাৰিক ভাৱে ভাল | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৪

কুম্ভঃ- আজি উত্তেজিত হৈ নাথাকিব | খৰচ বাঢ়িব আজি | প্ৰেমৰ জীৱনত আজি কোনো শত্ৰূ হৱ পাৰে | পাৰিৱাৰিক্ব হাৱে আজি আপোনাৰ দিন ইমান ভাল নাযাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ২

মীনঃ- আজি কোনো ভ্ৰমন হোৱাৰ সম্ভাৱনা আছে | যদিওবা আজি আপোনি কৰ্ম ক্ষেত্ৰত ব্য়স্ত থাকিব তথাপিও আপোনাৰ স্বাস্থ্য় ভালে থাকিব | প্ৰেমৰ ক্ষেত্ৰত আজি মাধ্য়ম | ব্য়ৱসায়িক ক্ষেত্ৰত আজি সিদ্ধান্ত লওতে সাৱধান | ভুল যোগা যোগে আজি কোনো সমস্য়া ক্ষতি আনিব পাৰে | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৯

Post a Comment

0 Comments