20/01/2019 Todays Horoscope/sunday
মেষঃ- আপোনি লোকক সমালোচনা কৰে তেন্তে তেন্তে সেইবোৰৰ পৰা বিৰত থাকক | আপোনাৰ অনুভূতিক নিয়ন্ত্ৰনত ৰাখক আজি | দিনৰ শেষ ভাগত কোনো আৰ্থিক ভাৱে উঅন্নতি হোৱাৰ সম্ভাৱনা দেখা যায় | প্ৰেমত আজি অলপ সাৱধান | কোনো ক্ষেত্ৰত যদি আপোনি আজি বিতৰ্কৰ সন্মূখীন হয় তেন্তে আতৰি চলিব | পাৰিৱাৰিক ভাৱে আপোনাৰ দিন ভালে যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৮বৃষভঃ- স্বাস্থ্য়ৰ ক্ষেত্ৰত আজি অলপ ধ্য়ান ৰাখিব | আনন্দ আৰু অন্য় কোনো কাৰন্ত আজি বেছি টকা খৰচ নকৰিব | কোনো সামাজিক কামত আজি অৱহেলা নকৰিব | আপোনাৰ আজি যদিও ব্য়স্ত হৈ থাকে তথাপিও আজি আপোনাৰ সুখ অনুভৱ হব | পাএইৱাৰিক ভাৱে আজি ভালে যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৭
মিথুনঃ- আজি আপোনি নিজকে মুক্ত অনুভৱ কৰিব | আৰ্থিক ভাৱে যদি আপোনি আজি কোনো বিনিয়োগ কৰে তেন্তে আপোনাৰ বিনিয়োগ ভাল হব আজি | আপোনি যদি ভ্ৰমন কৰে তেন্তে প্ৰেম হোৱাৰ সম্ভাৱনা আছে | আপোনাৰ ব্য়ক্তিত্বৰ কাৰনে আজি কোনো বন্ধুত্ব স্থাপন হব পাৰে | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৫
কৰ্কতঃ- আপোনাৰ ক্ষমতা শক্তি আজি বঢ়াই ৰাখিব | আপোনাৰ কোনো পৰিকল্প্নাৰ বাবে আপোনাৰ আজি টকাৰ অভাৱ অনুভৱ কৰিব পাৰে | কোনো ক্ষতি হোৱাৰ সম্ভাৱনা আছে | আপোনাৰ জীবন সংগীয়ে আপোনাৰ কোনো সচা কথা উলিয়াবলৈ চেষ্টা কৰিব পাৰে | আজি যদি কোনো ভ্ৰমন কৰে তেন্তে আপোনাৰ ভ্ৰমন সফল হব | প্ৰেমত আজি মৰমৰ বৰষুন হব পাৰে | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৯
সিংহঃ- আপোনাৰ আজি আৰ্থিক ভাৱে ভালে যাৱ | শাৰীৰিক ভাৱে আজি আপোনাৰ দিন ভালে | কৰ্ম ক্ষেত্ৰত অলপ গুৰুত্ব দিব | প্ৰেমৰ ক্ষেত্ৰ আপোনালোকৰ ভালে | পাৰিবাৰিক ভাৱে অলপ বেয়া আছে | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৭
কন্য়াঃ- আজি যদি কোনো কামৰ দ্বায়িত্ব লয় তেন্তে অলপ ভালকৈ ভাবি চিন্তি লব | স্বাস্থ্য় আপোনাৰ আজি ভালে যাৱ | আৰ্থিক ভাৱে আজি আপোনাৰ দিন ভালে যাৱ | প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ ভালে | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৫
তুলাঃ- আজি আপোনাৰ মনোবল সবল কৰি ৰাখিব | কৰ্ম ক্ষেত্ৰত আপোনাৰ দিন ভালে যাৱ | স্বাস্থ্য়ৰ ক্ষেত্ৰত আপোনাৰ দিন ভালে যাৱ | আৰ্থিক ভাৱে দিন ভালে যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৮
বৃশ্চিকঃ- আপোনাৰ কোনো প্ৰিয় জনৰ লগত নাইবা কোনো আত্মিয় জনৰ লগত কোনো কাম নাইবা কথাৰ কাৰনে ভুল বুজা বুজি হব পাৰে | স্বাস্থ্য়ৰ ক্ষেত্ৰত আজি অলপ সাৱধান হওক | অৰ্থিক ভাৱে আজি আপোনাৰ দিন ভালে যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ১
ধনুঃ- আপোনাৰ আজি কোনো কাম নাইবা কথাৰ বাবে আপোনাৰ চিন্তা হব পাৰে | আৰ্থিক ভাৱে শান্তি হব | কৰ্ম ক্ষেত্ৰত আজি আপোনাৰ দিন ভালে যাৱ | প্ৰেমত আজি ভালে যাৱ| পাৰিৱাৰিক ভাৱে আজি ভালে যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৭
মকৰঃ- আপোনাৰ কোনো কাম নাইবা অপোনাৰ কোনো কাৰনত আজি আপোনি বাধা অনুভৱ কৰিব পাৰে | স্বাস্থ্য়ৰ ক্ষেত্ৰত আজি কোনো সমস্য়াই দেখা দিব পাৰে | প্ৰেমৰ জীৱন আজি ভালে আজি | পাৰিৱাৰিক ভাৱেও আজি আপোনাৰ দিন ভাল যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৭
কুম্ভঃ- আপোনাৰ আজি কোনো কাৰনত ভ্ৰমন হোৱাৰ সম্ভাৱনা আছে | শৰীৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিন ভালে যাৱ | কৰ্ম ক্ষেত্ৰত আজি ভালে যাৱ | আৰ্থিক ভৱে দিন ভালকৈ যাৱ | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ৪
মীনঃ- স্বাস্থ্য়ৰ ক্ষেত্ৰত আজি অলপ সাৱধান হৱক | আপোনাৰ আজি প্ৰেমৰ ক্ষেত্ৰত আজি ভালকৈ পাৰ হব | খোৱা বোৱা আৰু অন্য় কাম সময় মতে কৰিব আজি | আৰ্থিক ভাৱে আপোনাৰ দিন ভালে পাৰ হব | আপোনাৰ দিনটোৰ শুভ সংখ্য়াঃ- ২
0 Comments