Today Horoscope/22nd January 2019
মেষ
আত্ম বিকাশত আজি যোৰ দিয়ক আপনাক সবল কৰি তুলিব | আৰ্থিক ভাৱে আজি ইমান ভাল দেখা নাজায় অলপ খৰচৰ ক্ষেত্ৰত আজি ধ্য়ান দিৱ
| আপোনাৰ মাতৃ-পিতৃৰ স্বাস্থ্য়ৰ ক্ষেত্ৰত আজি অলপ ধ্য়ান দিব
| প্ৰেম কৰা সকলৰ বাবে চিন্তা কৰিব লগা আজি একো নাই | কাৰোবাৰ কাৰনে ভ্ৰমন আজি ভাল হব | বিৱাহিত জীৱনত
আজি অলপ খং ৰাগ কন্ট্ৰল কৰিৱ | আজি দিনটোৰ শুভ সংখ্য়াঃ- ৪
বৃষভ
খাদ্য় আৰু শাৰীৰিক ব্য়ামত ধ্য়ান দিব আজি | আপোনাৰ
আজি নতুন বিনিয়োগৰ দিশ খোল খাব পাৰে যিটো কাম কৰে আজি ১০০% দিব | আপনি আপোনাৰ পৰিয়ালৰ কোনো সিদ্ধান্তত সন্মত নহব পাৰে কিন্ত তাৰ কিছু শিকিব
চেষ্টা কৰিব | আপোনাৰ প্ৰেমিকা/প্ৰেমিকৰ লগত আজি অলপ কাজিয়া
লাগিব পাৰে | পাৰিৱাৰিক ভাৱে আপোনাৰ আজি ভালকৈ পাৰ হব
| আজি দিনটোৰ শুভ সংখ্য়াঃ- ৩
মিথুন
আজি কোনো দুখত পৰাৰ সম্ভাৱনা পৰিয়ালৰ | কোনো
কামত আজি অৱহেলা নকৰিব | আপোনি আজি বিশ্ৰাম কৰাৰ প্ৰয়োজন
| আজি আপোনাৰ আৰ্থিক বোজা বঢ়াৰ সম্ভাৱনা আছে | আপোনাৰ কোনো মানুহৰ দ্বাৰা আপোনাৰ অৰ্থ সংক্ৰান্তত কোনো কথা শুনাব পাৰে
| বাণিজ্য়িক ভাৱে আপোনাৰ ভ্ৰমন লাভ দায়ক হব | আপোনাৰ
পাৰিবাৰিক ভাৱে ভালে যাৱ | আজি দিনটোৰ শুভ সংখ্য়াঃ- ১
কৰ্কট
সামাজিক কাৰন নাইবা কোনো কাম/কথা/সংগীয়ে আপোনাৰ আজি দিন আনন্দময় কৰিব তুলিব | আৰ্থিক ভাৱে আপোনাৰ আজি লাভ হোৱাৰ আশা নাই | আপোনি কোনো সমস্য়াৰ সন্মূখিন হোৱাৰ সম্ভাৱনা আছে | আজি
কোনো অলৌকিক আশা নকৰিব | আজি কৰা বিনিযোগে আপোনাক লাভ দায়ক
কৰাব কিন্ত সংগীৰ কাৰনে কোনো সমস্য়াত পৰিব পাৰে | প্ৰেমত আজি
উচ্চ লাভ | আপোনাৰ পত্নিৰ সৈতে আপোনাৰ দিন ভালে পাৰ হব
| আজি দিনটোৰ শুভ সংখ্য়াঃ- ৫
সিংহ
আপোনাৰ ধৈয্য় বজাই ৰাখক | কোনো সন্দেহ
জনক ঠাইত বিনিয়োগ নকৰিব | আপোনাৰ কোনো কামে মানুহৰ মনত
আপোনাৰ প্ৰতি ভাল প্ৰভাৱ পেলাৱ | ভালপোৱা সকলৰ বাবে আজি
মাধ্য়মকৈ যাৱ | আপোনাৰ কামত আজি প্ৰতিযোগিতা বাঢ়িব | সতৰ্কতা অৱলন্বন কৰি সিদ্ধান্ত গ্ৰহন কৰিব | পাৰিৱাৰিক
ভাৱে আপোনাৰ দিন ভালে যাৱ | আজি দিনটোৰ শুভ সংখ্য়াঃ- ৩
কন্য়া
কাম আৰু ঘৰৰ কিছু কামৰ ফলত চাপ সৃষ্টি হব পাৰে | আজি সাফল্য় লাভৰ কাৰনে আপোনাক আজি অভিজ্ঞতা হৱ পাৰে | বাচ্চাৰ অসুস্থতাই আপোনাক আজি হতাশ কৰিব পাৰে | আপোনাৰ
ভাল লগা মানুহৰ লগত সময় কটাৱাৰ সময় পাৱ | আপোনাৰ চাৰিওফালে
কি হৈ থাকে তাৰ প্ৰতি ধ্য়ান ৰাখি থাকিব | আইনি ভাৱে আপোনাৰ
দিন আজি ভাল | পাৰিৱাৰিক ভাৱে ভাল | আজি
দিনটোৰ শুভ সংখ্য়াঃ- ১
তুলা
আধ্য়াত্মিক আৰু শাৰীৰিক উন্নতিৰ কাৰনে যোগ চৰ্চা কৰিব | আৰ্থিক ভাৱে আপোনাৰ ভাল | কোনো কাম
আৰম্ভ কৰাৰ বাবে আজি ভাল দিন | আপোনাৰ পৰিবাৰৰ কোনো কামৰ
কাৰনে আপোনাৰ কোনো কামত বাধা অহাৰ সম্ভাৱনা আছে | আজি কাকো
কথা নিদিব যদি ৰাখিব পৰা নহয় | আপোনাৰ পত্নিৰ কামৰ কাৰনে
আপোনি হতাহ হব পাৰে | আজি দিনটোৰ শুভ সংখ্য়াঃ- ৪
বৃশ্চিক
ৰোগীয়া লোক সকল আজি সাবধান হৈ থাকিব | মানসিক
ভাৱে চাপ অনুভৱ কৰিব পাৰে আজি | আৰ্থিক ভাৱে লাভ দায়ক হব আজি
| বন্ধু বান্ধৱ নাইবা কোনো আত্মিয় মানুহৰ ওপৰত নিজৰ মত নিদিব আজি
স্বাৰ্থ হানী হব পাৰে | কথোৰ পৰিশ্ৰম কৰক | আপোনাৰ কাৰনে আজি অনুকূল | আপোনাৰ আত্ম বিশ্ৱাস আজি
বাঢ়িব | প্ৰেমৰ ক্ষেত্ৰত আজি ভাল | পাৰিৱাৰিক
ভাৱে আপোনাৰ দিন ভালে যাৱ | আজি দিনটোৰ শুভ সংখ্য়াঃ- ৫
ধনু
আজি কোনো বাজে খানা খোৱাৰ পৰা বিৰত থাকিব | আপোনাৰ
যদি পৰিকল্পনা আছে তেন্তে সেই পৰিকল্পনা গোপনীয় কৰি থব | অচিনাকি
মানুহৰ প্ৰতি খং নকৰিব | আপোনাৰ কামত আজি আৰাম অনুভৱ কৰিব
| আপোনাৰ প্ৰিয় জনৰ মাধ্য়মেৰে আপোনাৰ আজি আনন্দ হব পাৰে | উচ্চ স্তৰৰ মানুহৰ আজি মাথাটো ঠাণ্ডা কৰি ৰাখিব | কৰ্ম
ক্ষেত্ৰত আজি ভাল দিন | আজি দিনটোৰ শুভ সংখ্য়াঃ- ২
মকৰ
কোনো বন্ধুৰ দ্বাৰা আপোনাৰ পথ প্ৰদৰ্শন হব পাৰে | দিনৰ শেষ ভাগত আপোনাৰ আৰ্থিক উন্নতি দেখা যায় | আজি সংগীৰ সৈতে মৰমৰ আদান প্ৰদান হব | সকলোৱে আপোনাক
আজি কৰ্ম ক্ষেত্ৰত আপোনাক সমৰ্থন কৰিব | সতৰ্কতা অবলম্বন কৰি
আজি সিদ্ধান্ত গ্ৰহন কৰিব | পাৰিৱাৰিক ভাৱে আপোনাৰ দিন ভাল
| আজি দিনটোৰ শুভ সংখ্য়াঃ- ২
কুম্ভ
স্বাস্থ্য়ই আপোনাক সমস্য়াত পেলাৱ পাৰে | য়দিওবা
আপোনাৰ আৰ্থিক ভাৱে উন্নতি হয় তথাপিও আপোনাৰ খৰচৰ কাৰনে চিন্তা হব পাৰে | প্ৰেমৰ কোনো কাৰনে আপোনাক হতাশ কৰিব পাৰে | আপোনাৰ
পত্নিয়ে আপোনাৰ কামত বাধা প্ৰদান কৰিব পাৰে | আজি দিনটোৰ শুভ
সংখ্য়াঃ- ৯
মীন
আপোনাৰ খৰচ বাঢ়িব কিন্ত আজি আৰ্থিক ভাৱে উন্নতিও হব | আজি সন্ধ্য়া আপোনাৰ সন্তানৰ লগত কটাওক পাৰিলে | পাৰিবাৰিক ভাৱে ভাল নাযাৱ আজি | আজি সতৰ্ক হৈ থাকিব
| আজি দিনটোৰ শুভ সংখ্য়াঃ- ৭
0 Comments