21/01/2019/todays horoscope


মেষঃ-          আজি আপোনাৰ আশাৰ উদয় হব | আৰ্থিক ভাৱে আজি আপোনাৰ উন্নতি হব | কোনো খবৰে আপোনালোকক আজি আনন্দিত কৰাৰ সম্ভাৱনা আছে | প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ বিশ্বাস হেৰাব পাৰে | কোনোবা পোৰনা কোনো যোগাযোগে আপোনাক আজি আনন্দ দিব পাৰে | আপোনাৰ পাৰিৱাৰিক ভাৱে আজি আপোনাৰ দিন  ভালে যাৱ | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ১

বৃষভঃ-        আপোনি আজি শাৰীৰিক সন্তলন বজাই ৰখাৰ কাৰনে আজি খেলা ধুলা নাইবা আপোনাৰ কোনো ভাল লগা কামত সময় কটাৱক | আৰ্থিক ভাৱে আজি অলপ উচ্চ চিন্তা কৰক | আজি কোনো এনে পৰিস্থিতি আপোনাৰ আগত আহিব পাৰে যিটোৰ কাৰনে আপোনি অলপ সিদ্ধান্ত লোৱাত সমস্য়া আহিব পাৰে | আজি আপোনাৰ ভাল লগা মানুহ জনী/জনৰ মনৰ অনুভুতি বুজিব পাৰিব | পাৰিবাৰিক ভাৱে আজি আপোনাৰ দিন ভালে যাৱ আজি | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ১

মিথুনঃ-        সামাজিক কামত আজি ভাগ লব | আজি বাজে খৰচৰ  পৰা হাত এঅৰাই চলিব | আজি প্ৰেমত আপোনাৰ উচ্চ
অনুভুতি পোৱাৰ সম্ভাৱনা আছে | আজি যদি আপোনাৰ কোনো ভ্ৰমন কৰিব লগা আছিল তেন্তে আপোনাৰ ভ্ৰমন আজি অন্তিম মূহুৰ্তত বাতিল হোৱাৰ সম্ভাৱনা আছে | আজি আপোনাৰ পাৰিবাৰিক ভাৱে ভাল | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ৮


কৰ্কতঃ-             নিজকে কৰা কিছুমান দোষাৰোপ জনিত কাৰনে আপোনাক আজি মনোবল দুৰ্বল কৰিব পাৰে | আৰ্থিক ভাৱে আপোনাৰ বহুতো ফালৰ পৰা লাভ হব পাৰে | আপোনাৰ সন্তানৰ সৈতে আজি সময় কটাৱক | প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো জটিল | আজি দিনৰ বেছি ভাগ কাম আপোনাৰ মনে বিচৰা মতেই পাৰ হব | আপোনাৰ কমৰ ফলত আজি পাৰিবাৰিক  ভাৱে অলপ চাপ পৰিব | কিন্ত সকলোবোৰ দিনৰ শেষ ভাগলৈ ভাল হৈ যোৱাৰ সম্ভাৱনা আছে | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ২


সিংহঃ-         আপোনাৰ খঙাল স্বভাৱে আপোনাক আজি অলপ সমস্য়াত পেলাৱ পাৰে | আৰ্থিক আজি ভালে পাৰ হব | কাৰোবাৰ সৈতে হোৱা কোনো ঘটনাই আপোনাক আজি খঙ উঠাৱ পাৰে | আপোনাৰ হাহিয়ে আপোনাৰ ভাল লগা মানুজ জন/জনী ৰ দুখৰ দৰব হৈ কাম কৰিব | আজি আনক্সহায় আৰু সামাজিক কামত মনো নিএস কত্ৰক আপিনাৰ ভাল ফল পাৱ | পাৰিৱাৰিক ভাৱে আজি ভালেপাৰ সম্ভাৱনা আছে | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ৯

কন্য়াঃ-        আপোনাৰ সহন শীলতাই আপোনাৰ মানসিক উন্নতিত বহুল ভাৱে সহায় কৰিব | আপোনাৰ এই সহন শীলতা বজাই ৰাখিব যাতে আগলৈও আপ্নাৰ ভাল হয় | কোনো চিনাকি মানুঅহৰ আজি  আৰ্থিক ভাৱে পথ মুকলি হোৱাৰ সম্ভাৱনা আছে | প্ৰেমত আপোনাৰ দিন আজি মাধ্য়ম | কোনো চিনাকি মানুহৰ কাৰনে আপোনাৰ বিবাহিত জীৱনত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ৮

তুলাঃ-          আপোনাৰ মন আজি কোনো ভাল বস্তৰ দ্বাৰা আকৰ্শিত হব পাৰে | আৰ্থিক ভাৱে আজি আপোনি পৰিকল্পনা কৰিলে সাৱধান | কোনো কামৰ দ্বাৰা আজি আপোনি প্ৰভাৱশালী মানুহৰ সৈতে চিনাকি হোৱাৰ সুযোগ লাভ কৰিব পাৰে | আপোনাৰ আজি প্ৰেমৰ ক্ষেত্ৰত এক মধুৰ সময় কটোৱাৰ্ব সূযোগ পাৱ পাৰে | আজি আপোনাৰ পাৰিৱাৰিক ভাৱে পাৰ হব | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ১

বৃশ্চিকঃ-            আপোনাৰ আজি দিন ভালে পাৰ হব | আৰ্থিক ভাৱে আজি অলপ সাৱধান হব | প্ৰেমৰ ক্ষেত্ৰত আজি অলপ বেয়া আছে | আইনি ভাৱে আজি আপোনাৰ ক্ষেত্ৰত ভাল আছে | আজি কোনো কামত আপোনি বাধা অনুভৱ কৰিব পাৰে | পাৰিৱাৰিক হাৱে আপোনাৰ দিন  ভালে যাৱ | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ৩


ধনুঃ-            অজি উচ্চ কেলৰিৰ খাদ্য় আৰু কোনো ধৰনৰ খাদ্য় খোৱাত অলপ সাৱধান লব | আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত আজি ভালে | ভাল পোৱা সকলৰ বাৱে আজি দিন ভালে যাৱ | কোনো কাৰনত  আজি ভ্ৰমন হোৱাৰ সম্ভাবনা আছে | কৰ্ম ক্ষেত্ৰত আজি ভালে পাৰ হব | পাৰিৱাৰিক ভাৱে আজি ভালে যাৱ | আপোনাৰ দিন শুভ সংখ্য়াঃ- ৯


কুম্ভঃ-          আজি প্ৰকৃতি আপোনাৰ কাৰনে অনুকূল | যদিও আপোনাৰ টকা বেছি খৰছ হয় তথাপিও আপোনাৰ আৰ্থিক ভাৱে  সন্তলন ৰক্ষ্য়া হৈ থাকিব | গ্ৰাহস্থ্য় জীৱন আজি আনন্দময় হব | আজি আপোনাৰ প্ৰিয় জনৰ লগত সময় কটাৱক | বাণিজ্য়িক ভাৱে আপোনাৰ দিন ভালে পাৰ হব | আপোনাৰ পত্নিৰ সৈতে আপোনাৰ এটি মধুৰ সময় আজি পাৰ হব | আপোনাৰ দিন শুভ সংখ্য়াঃ-  ৭


মীনঃ-          ঘৰৰ কামত আজি বিশেষ গুৰুত্ব প্ৰদান কৰিব | ঘৰৰ কামৰ কামৰ বাবে আজি আপোনি অলপ সমস্য়া অনুভৱ কৰিব পাৰে | আৰ্থিক ভাৱে আজি লাভ | কোনো দূৰনিৰ খবৰে আপোনালোকৰ পৰিয়াললৈ আনন্দ আনিব পাৰে আজি | প্ৰেমত আজি মাধ্য়ম | পাৰিবাৰিক ভাৱে আজি আপোনাৰ দিন ভালে যাৱ | আপোনাৰ দিন শুভ সংখ্য়াঃ- ৪



Post a Comment

0 Comments